WhatsApp Status in Assamese | Assamese Status For Whatsapp | Assamese Love Story | Funny Assamese Status
WhatsApp Status in Assamese | Assamese Status For Whatsapp | Assamese Love Story | Funny Assamese Status
- অঘৰী প্ৰেম অলপ” মিছা মৰম পালে’ সঁচা মৰম বুলি সাৱটি লওঁ হিয়াৰ মাজত।
ASSAMESE GOOD MORNING IMAGES WALLPAPER PHOTO PICS HD DOWNLOAD FOR WHATSAPP – অসমীয়া সুপ্ৰভাত বাৰ্তা
- জীৱনৰ এটি গভীৰ সত্য হল ‘শূন্যতা’ |সকলোৱে পৃথিবীত জনম লৈ শূন্যতাৰ সৈতে |কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই শূন্যতা ভৰি পৰে কিছুমান মৰিচিকা সদৃশ আশাৰে , যাৰ পিছে পিছে আমি গোটেই জীৱন দৌৰি ফুৰো | কিন্তু সেই আশা কেতিয়াও বাস্তবত পৰিণত নহয় |আৰু অবশেষত আমি ভাগৰি পৰো |বাৰিষা প্ৰচণ্ড ৰূপ ধৰি থকা নৈখনো খৰালি শান্ত হৈ পৰে| তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি কেতিয়াবা ইমানেই ক্লান্ত হৈ পৰোঁ যে সকলো অৰ্থহীন যেন বোধ হয় |
Sad Whatsapp Status Assamese
- জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে, হে ভগবান, তুমি তাইক সকলো দিবা, যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।
Latest Love Shayari in Hindi, True Love Status, Romantic Love SMS, Best Love Sms 2019
WhatsApp Status in Assamese
- আৰম্ভ হ’ল এক নতুন যাএা,অতীতক সোঁৱৰণিৰ সফুৰাত শুৱাইবতৰ্মানৰ অাধাৰত,ভৱিষ্যতৰ ছবি অকাৰ এক নতুন যাএা……
- সচা কৈছু জুবিন দা তই যুক্তিবাদি তই এটা যুগৰ নহয় তই অসমীয়াৰ ভবিষ্যতৰ পৰা ভবিষ্যৎ দিনবোৰতো হৈ থাকিবি প্ৰাণৱন্ত।
- হৃদয়ত যেতিয়া মদৰ নিছা শিপাই গ’ল, হৃদয়ত দুখ সোমোৱা সকলো পথেই বন্ধ হৈ গ’ল, বিলাতি মদৰ নিছাই যেতিয়া মোৰ হৃদয় চুই গ’ল, তাইক নোপোৱাৰ বেদনা দেখোন চু-মন্তৰ হৈ গ’ল ।
Happy Birthday Wishes for Best Friend Images Sms Messages Whatsapp Status for friends, Greetings
- পাতল হৈ পৰে বহুগুণে মনৰ দুখযেতিয়া সেয়া’তোমাৰ-মোৰ’ৰ পৰা গৈ আমাৰ হৈ পৰে…
Assamese status for love
- শিক্ষক : কণটিলৌ কচোন এনে কিপ্রজাতিৰ প্রাণী আছে যিয়ে আকাশত উৰে কিন্তু মাটিত পোৱালি জন্ম দিয়ে? কণটিলৌ : এয়াৰহোষ্টেজ ছাৰ !
- আন্বাৰ বাস্তৱে ৰিঙিয়াই মাতিবসপোনৰ আঁৰত সাজিব লাগিব ৰঙীণ স্বপ্ন এক অজান দেশত..
Assamese whatsapp status
- তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!
- বৰষুণজাক অহা হলেই ভাল আছিল …. উটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..
- নীলা চিয়াহীৰ টোপালেৰে আকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত আকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ আধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ আলোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক আৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত আকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন